leatest updateঅসমদৈনিক বাতৰি

মৰিগাঁওত বৰ্তমানেও অব্যাহত চোৰাং গৰু সৰবৰাহ

নিশা গৰু সৰবৰাহ কৰা ট্ৰাকৰ পৰা পৰি যায় তিনিটা গৰু।

বৰ্তমানেও মৰিগাঁওত অব্যাহত আছে চোৰাং গৰু সৰবৰাহ। নিশা মৰিগাঁও সদৰ থানাৰ অন্তৰ্গত শলমাৰীত চোৰাং গৰু সৰবৰাহ কৰা ট্ৰাকৰ পৰা পৰিল গৰু। মৰিগাঁও দলবাৰী দিশৰ পৰা বঙ্গালধৰা ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে যাত্ৰা কৰা এখন ট্ৰাকৰ প পৰি যায় তিনিটা গৰু। ট্ৰাকখনে এটা গৰু উঠাই নিবলৈ সক্ষম হয় যদিও স্থানীয় ৰাইজ অহাৰ ওমান পাই দুটা গৰু থিতাতে এৰি পলায়ন কৰে ট্ৰাকখন।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে গাঁৱৰক্ষী বাহিনীৰ সহযোগত গৰু কেইটা উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.