অসমদৈনিক বাতৰিস্বাস্থ্য

ক’ৰোনাৰ বৰ্দ্ধিত সংক্ৰমণে সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতি

ক’ৰোনাৰ বৰ্দ্ধিত সংক্ৰমণে সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতি

ক’ৰোনাৰ বৰ্দ্ধিত সংক্ৰমণে সৃষ্টি কৰিছে উদ্বেগজনক পৰিস্থিতি

বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৭,৮৩০গৰাকী

যোৱা ২৪ ঘণ্টাত ১৪গৰাকী ক’ৰোনা আক্ৰান্তৰ মৃত্যু

দেশজুৰি সক্ৰিয় আক্ৰান্ত ৰোগীৰ সংখ্যা ৪০,২১৫গৰাকীলৈ বৃদ্ধি

মঙলবাৰে নতুনকৈ আক্ৰান্ত হৈছিল ৫,৬৭৬গৰাকী

দেশৰ ৫ ৰাজ্যত সৰ্বাধিক সংক্ৰমণৰ হাৰ ৬১.৩%

কেৰালা, দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, হিমাচলত সৰ্বাধিক সংক্ৰমণ

উত্তৰ প্ৰদেশতো ক্ৰমাৎ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.