Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

চাপৰৰ খুটাপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা, ভূমিকেন্দ্ৰিক সংঘাতক লৈ দুই পক্ষৰ মাৰপিট……

চাপৰৰ খুটাপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা

ভূমিকেন্দ্ৰিক সংঘাতক লৈ দুই পক্ষৰ মাৰপিট

মহিলাসহ আহত কেইবাজনো লোক

মহিলাৰ কাপোৰ ফালি শালীনতা হানিৰ অভিযোগ

আহতক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়ত ভৰ্তি

ঘটনা সন্দৰ্ভত পৃথক পৃথক এজাহাৰ ২ পক্ষৰ

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত খুটাপাৰা প্ৰথম খণ্ডত ভূমি কেন্দ্ৰীক সংঘাতৰ ফলত সৃষ্টি হয় ভয়ংকৰ মাৰপিটৰ ঘটনা। দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক লৈ দুটি পৰিয়ালৰ মাজত চলি থকাৰ মাজতে বুধবাৰৰ নিশা সংঘটিত হয় এই মাৰপিটৰ ঘটনা। মাৰপিটৰ ফলত ভাৰত উৰাও, বুলবুলি উৰাও,বাসন্তি উৰাও,ৰাহুল উৰাও, ৰশ্মী উৰাও নামৰ পুৰুষ মহিলা কেইজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.