Covid-19Educationঅসম

শিৱসাগৰৰ শিক্ষানুষ্ঠানত ক’ভিডৰ সংক্ৰমণৰ ভয়াবহ ৰূপ

ক’ভিডত আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানখনৰ প্ৰধান শিক্ষকৰ লগতে ১৫জনকৈ শিক্ষাৰ্থী

ৰাজ্যৰ শিক্ষানুষ্ঠানত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ।

শিৱসাগৰৰ শিক্ষানুষ্ঠানতো ক’ভিডৰ সংক্ৰমণৰ ফলত সৃষ্টি হৈছে ভয়াবহ পৰিস্থিতিৰ।
শিৱসাগৰৰ কালুগাঁৱৰ বৰপাত্ৰদ’ল হাইস্কুলত ক’ভিড-১৯ ধৰা পৰিছে। স্কুলখনৰ প্ৰধান শিক্ষকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। ক’ভিডত আক্ৰান্ত হৈছে প্ৰধান শিক্ষকৰ পত্নীও। তাৰোপৰি ক’ভিডত আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানখনৰ ১৫জনকৈ শিক্ষাৰ্থী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.