অসমজীৱনশৈলীভাৰতমনোৰঞ্জনসংস্কৃতি

সুখবৰঃ পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল বিহু

ভূপালত প্ৰৰ্দশিত হ’ল অসমীয়াৰ গৌৰৱ বিহুনৃত্য

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল বিহু। ভূপালত প্ৰৰ্দশিত হ’ল অসমীয়াৰ গৌৰৱ বিহুনৃত্য।

পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিল নগাঁৱৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান “সূত্ৰধাৰ”। ভূপালত ১১ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ অনুষ্ঠিত হৈ থকা সংস্কৃতি আৰু প্ৰকৃতি শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অসমৰ হৈ অংশগ্ৰহণ কৰিলে নগাঁৱৰ সূত্ৰধাৰে।

অসমক প্ৰতিনিধিত্ব কৰা একমাত্ৰ সাংস্কৃতিক দলটিয়ে উক্ত অনুষ্ঠানত পৰিৱেশন কৰে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ বিহুনৃত্য। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বহুকেইটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সূত্ৰধাৰে ইতিপূৰ্বে সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাৰ লগতে এইবাৰো অসমৰ বাবে কঢ়িয়াই আনিছে সক্ষম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.