Covid-19বিশ্বস্বাস্থ্য

ডেল্টা আৰু অ’মিক্ৰণ ভাইৰাছে আনিব বৃহৎ প্ৰত্যাহ্বান

যোৱা এটা সপ্তাহত বিশ্বত অ’মিক্ৰণৰ সংক্ৰমণ ১১% বৃদ্ধি

◾ ক’ৰোনা মহামাৰীক লৈ পুনৰ সতৰ্কতা বিশ্ব স্বাস্থ্য সংস্থাৰ।

◾ ডেল্টা আৰু অ’মিক্ৰণ ভাইৰাছে আনিব বৃহৎ প্ৰত্যাহ্বান।

◾ যোৱা এটা সপ্তাহত বিশ্বত অ’মিক্ৰণৰ সংক্ৰমণ ১১% বৃদ্ধি।

◾ ইপিনে WHO ছীফ চাইণ্টিষ্ট সৌম্যা স্বামিনাথনৰ গুৰুত্বপূৰ্ণ মন্তব্য।

◾ সম্প্ৰতি বিশ্বত দি থকা হৈছে ভেকচিন অ’মিক্ৰণৰ বিৰুদ্ধে কাৰ্যক্ষম।

◾WHOৰ আপাতকালীন ব্যৱহাৰৰ তালিকাত বৰ্তমানৰ সকলো ভেকচিন কাৰ্যক্ষম।

◾ ইফালে ভাৰতত নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণৰ ঘটনা।

◾ বুধবাৰে দেশজুৰি ১৩ হাজাৰতকৈ অধিক ক’ৰোনাৰ সংক্ৰমণ।

◾ মঙলবাৰৰ তুলনাত ৪৪% বৃদ্ধি ক’ৰোনাৰ সংক্ৰমণ।

◾ দুটা দিনত দেশজুৰি ৪০% বৃদ্ধি ক’ৰোনাৰ সংক্ৰমণ।

◾ একে সময়তে দেশত বৃদ্ধি পাইছে অ’মিক্ৰণৰ সংক্ৰমণ।

◾ দেশৰ ২৩খন ৰাজ্যত অ’মিক্ৰণ আক্ৰান্তৰ সংখ্যা ৯৭৪জনলৈ বৃদ্ধি।

◾ দিল্লীত সৰ্বাধিক ২৬৩ আৰু মহাৰাষ্ট্ৰত ২৫২ জন অ’মিক্ৰণত আক্ৰান্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 15 =

Back to top button