অসম

মুখ্যমন্ত্ৰীলৈ আদালতৰ চমন জাৰি, মুখ্যমন্ত্ৰীয়ে দিব লাগিব দুহেজাৰ টকাৰ জৰিমনা…

২৫ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ'বৰ বাবে কৈছিল আদালতে। কিন্তু মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাৰ বাবে স্বৰ্ত্ত সাপেক্ষে আদালতে জাৰি কৰিছিল B/W/A।

মুখ্যমন্ত্ৰীক দুহেজাৰ টকাৰ জৰিমনা বিহিলে CJM আদালতে। ২১ মাৰ্চত আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীগৰাকী। জিলা ন্যায়িক প্ৰাধিকৰণত মুখ্যমন্ত্ৰীয়ে জমা দিব লাগিব জৰিমনাৰ ধন।

২৫ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’বৰ বাবে কৈছিল আদালতে। কিন্তু মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাৰ বাবে স্বৰ্ত্ত সাপেক্ষে আদালতে জাৰি কৰিছিল B/W/A। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ অধিবক্তাই দিয়া আৰ্জিৰ ভিত্তিতে B/W/A প্ৰত্যাহাৰ কৰে CJM আদালতে।

কিন্তু ইয়াৰ পৰিৱৰ্তে CJM আদালতে ২ হাজাৰ টকাৰ জৰিমনা বিহে আদালতক। উল্লেখ্য যে, ২০১৯ চনৰ এক নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত CJM আদালতে এদিন পূৰ্বে চমন জাৰি কৰিছিল মুখ্যমন্ত্ৰীলৈ। তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ লগতে এটা ব্যক্তিগত চেনেলৰ স্বত্বাধিকাৰীকো সমান জৰিমনা বিহে আদালতে। দুয়োপক্ষকে ২১ মাৰ্চত আদালতত হাজিৰ হ’বলৈ চমন জাৰি আদালতৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.