অসমৰাজনৈতিক

শ্বেৰমান আলীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে-ভূপেন বৰা

বিজেপিৰ মন্ত্ৰীক উদ্দেশ্যি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰশ্ন-বিজেপিৰ মন্ত্ৰী হ'লেই সৰ্বদোষ মৰিষণ হয় নেকি বুলি প্ৰশ্ন কৰে ভূপেন বৰাই

সমাপ্ত হ’ল কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক। দেওবাৰে সন্ধিয়া অনুষ্ঠিত হ’ব অনুশাসন কমিটিৰ বৈঠক। শ্বেৰমান আলীৰ বিৰুদ্ধে অনুশাসন মূলক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ কংগ্ৰেছ দলৰ।

ইয়াৰোপৰি শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ভূমিকাৰ ওপৰতো সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে। খেনোক দেখি ৰন্ধা-বঢ়া আৰু খেনোক দেখি অসম পুলিচে দুৱাৰ বন্ধ কৰাৰ কথা উল্লেখ কৰে ভূপেন বৰাই।

আনকি বিজেপিৰ মন্ত্ৰীক উদ্দেশ্যি কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰশ্ন-বিজেপিৰ মন্ত্ৰী হ’লেই সৰ্বদোষ মৰিষণ হয় নেকি বুলি প্ৰশ্ন কৰে ভূপেন বৰাই।

উপ-নিৰ্বাচন সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনকি বিজেপিক বিৰোধ কৰি নিৰ্বাচন খেলাৰ কথাও উল্লেখ কৰে ভূপেন বৰাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.