politicalঅসমগুৱাহাটীদৈনিক বাতৰি

কংগ্ৰেছৰ পৰা নিলম্বন হোৱা নাই অংকিতা দত্ত।

এতিয়ালৈকে APCCয়ে নিলম্বন কৰা নাই কংগ্ৰেছক

অংকিতা দত্তৰ গোচৰ ৰুজুৰ পাছতে কংগ্ৰেছ মহলত ব্যাপক খলকনি। দেৱব্ৰত শইকীয়াৰ দলীয় মেছেজ কোনে কৰিলে ৰাজহুৱা। প্ৰতিক্ৰিয়া দেৱব্ৰত শইকীয়াৰ।

Ankita Dutta appointed president of Assam Youth Congress

কংগ্ৰেছৰ পৰা নিলম্বন হোৱা নাই অংকিতা দত্ত।এতিয়ালৈকে APCCয়ে নিলম্বন কৰা নাই কংগ্ৰেছক। অংকিতা দত্তক কংগ্ৰেছৰ পৰা নিলম্বনৰ বাতৰি ভুৱা। অংকিতা দত্তক এতিয়াও নিলম্বন কৰা নাই : দেৱব্ৰত শইকীয়া।
‘২৪ ঘণ্টাৰ সময় দিয়া হৈছে কাৰণ দৰ্শোৱা জাননীত।’
‘এতিয়াও সময়সীমা উকলি যোৱা নাই।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.