অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাজিৰঙাত ম্যাদ ওকলা বিলাতী সুৰা বিক্ৰীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ বিভিন্ন স্থানত সুৰাপান কৰি বিভিন্ন সময়ত সাধাৰণ জনতা মৃত্যু মুখত পৰাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে কাজিৰঙাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

ৰাজ্যৰ বিভিন্ন স্থানত সুৰাপান কৰি বিভিন্ন সময়ত সাধাৰণ জনতা মৃত্যু মুখত পৰাৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে কাজিৰঙাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

ম্যাদ ওকলা বিলাতী সুৰা বিক্ৰীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।

ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ অহা পর্যটকক ম্যাদ ওকলা সুৰা বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা ‘মনালিচা ৱাইন শ্ব’প’ৰ বিৰুদ্ধে উঠিছে এই অভিযোগ।

পৰ্যটকৰ বাবে এগৰাকী টুৰিষ্ট গাইডে সুৰা ক্ৰয় কৰাত পোহৰলৈ আহিছে এই ঘটনা।

টুৰিষ্ট গাইডৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত আবকাৰী বিভাগ।

আবকাৰী বিভাগৰ অভিযানত জব্দ বহু পৰিমাণৰ ম্যাদ  ওকলা সুৰাৰ বটল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.