Educationঅসমমনোৰঞ্জন

নন্দিলৰ আৰম্ভ হৈছে এক নতুন শৈক্ষিক যাত্ৰা! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে সামাজিক মাধ্যমত

পিতৃৰ সমানে সমানে পুত্ৰও এতিয়া এখন চিনাকী মুখ

পিতৃৰ সমানে সমানে পুত্ৰও এতিয়া এখন চিনাকী মুখ।

নন্দিলৰ আৰম্ভ হৈছে এক নতুন শৈক্ষিক যাত্ৰা। ব্যস্ততাৰ মাজতো পৰিয়ালক সময় দিবলে এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বাংগালুৰুস্থিত National Law School of India Universityত  অধ্যয়নৰ বাবে সুযোগ পাইছে মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰই।  CLATত ৪০ নম্বৰ ৰেংক অৰ্জন কৰি দেশৰ ভিতৰতে প্ৰেষ্টিজিয়াছ National Law School of India Universityত নামভৰ্তি কৰিলে নন্দিলে।

নামভৰ্তিৰ পাছত ব্যস্ততাৰ মাজতো বাংগালুৰুত পুত্ৰক হোস্তেলত থবলৈ পৰিয়ালসহ গ’ল মুখ্যমন্ত্ৰী। এই মুহুৰ্ততো সামাজিক মাধ্যমত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিকতো অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল নন্দিল বিশ্ব শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.