অসমদৈনিক বাতৰি

কাছাৰত বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ, চুপাৰিসহ আটক তিনি সৰবৰাহকাৰীক…

কাছাৰত বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ, চুপাৰিসহ আটক তিনি সৰবৰাহকাৰীক...

কাছাৰত বাৰ্মিজ চুপাৰিভৰ্তি ট্ৰাক জব্দ

বনতাৰাপুৰত গাঁওৰক্ষী বাহিনীৰ অভিযানত জব্দ

ট্ৰাকখনৰ পৰা জব্দ ৩০ কুইণ্টল বাৰ্মিজ চুপাৰি

চুপাৰিসহ আটক তিনি সৰবৰাহকাৰীক

আটক সুমিত বৰভূঞা, ৰেবুল হুছেইন চৌধুৰী

শাহবাজ আহমেদ লস্কৰ নামৰ এজনকো আটক

অধিক তথ্যৰ বাবে তিনিওকে জেৰা আৰক্ষীৰ

উল্লেখ্য যে ধৃত তিনিজনৰ মাজতৰ সুমিত বৰভূঞা স্থানীয় বিজেপি নেতা তাজ উদ্দিনৰ পুত্ৰ৷ বিজেপি নেতাৰ পুত্ৰ এইদৰে বাৰ্মিজ চুপাৰিৰ অবৈধ সৰবৰাহত গ্ৰেপ্তাৰ হোৱাৰ পাছত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + eleven =

Back to top button