অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আজি তৃতীয় দিন, আজিও মণিপুৰৰ ঘটনাক লৈ উত্তপ্ত সদনৰ মজিয়া

3rd day of the monsoon session of Parliament, even today, the floor of the House has not over the incident in Manipur

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আজি তৃতীয় দিন

আজিও মণিপুৰৰ ঘটনাক লৈ উত্তপ্ত সদনৰ মজিয়া

মণিপুৰৰ ঘটনাক লৈ দুদিনে স্থগিত হৈছিল উভয় সদন

আজি পুনৰ আৰম্ভ হৈছিল সদনৰ কাম-কাজ

প্ৰশ্নোত্তৰ কালৰ মাজতে বিৰোধীৰ শ্লোগান

লোকসভা, ৰাজ্যসভাৰ মজিয়াত হুলস্থুলীয়া পৰিৱেশ

অধ্যক্ষই ১২ বজালৈ বন্ধ ৰাখিলে সদনৰ কাম-কাজ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button