অসম

জনতাৰ মূৰত ৰামটাঙোন, ৰাজ্যত শীঘ্ৰেই বৃদ্ধি পাব যাত্ৰীবাহী বাছৰ ভাড়া…

চিটীবাছ, দূৰগামী বাছৰ লগতে আন যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধিৰ প্রস্তাৱ কৰিছে মটৰ পৰিবহন সন্থাই।

মূল্যবৃদ্ধি, টোলটেক্সৰ মাজতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি আহিল মটৰ পৰিবহন সন্থাৰ এখন বিশেষ পত্র। পত্ৰখনে খলকনি তুলিছে সাধাৰণ জনতাৰ মাজত। শীঘ্রে পুনৰ বৃদ্ধি পাব যাত্ৰীবাহী যান-বাহনৰ ভাড়া।

 

শীঘ্ৰে বৃদ্ধি হ’ব পাৰে ৭০% বাহনৰ ভাড়া। মহানগৰীত বাছৰ ভাড়া অতি কমেও ১৮ টকালৈ বৃদ্ধি পাব। যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধিৰ প্রস্তাৱ দিছে মটৰ পৰিবহন সন্থাই। এইক্ষেত্রত ইতিমধ্যে বিভাগীয় আয়ুক্তলৈও প্রস্তাৱ প্রেৰণ কৰিছে মটৰ পৰিবহন সন্থাই। বাছভাৰা বৃদ্ধিৰ বাবেও নতুন ফৰ্মূলাৰ উদ্ভাৱন। লগতে, চিটীবাছ, দূৰগামী বাছৰ লগতে আন যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধিৰ প্রস্তাৱ কৰিছে মটৰ পৰিবহন সন্থাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.