অপৰাধঅসমঅসম আৰক্ষী

পুনৰ এনকাউণ্টাৰ: অপৰাধী দৌৰিছে, আৰক্ষীয়ে গুলিয়াইছে

ভৰিত গুলী লগা ফকিৰ আলী সম্প্ৰতি চিকিৎসাধীন হৈ আছে TMCHত।

ৰাজ্যত পুনৰ এনকাউণ্টাৰ। অপৰাধীক কৰায়ত্ত কৰিবলৈ যেন পণ বান্ধিছে অসম আৰক্ষীয়ে। অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী।

এইবাৰ বিশ্বনাথত এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত আহত ড্ৰাগছ পেডলাৰ ফকিৰ আলী। শুকুৰবাৰে আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল ২ সৰবৰাহকাৰীক। শুকুৰবাৰে নিশা ফকিৰ আলীক লগত লৈ অভিযানত গৈছিল আৰক্ষী। কিন্তু সুযোগ বুজি ফকিৰ আলীয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী।
ভৰিত গুলী লগা ফকিৰ আলী সম্প্ৰতি চিকিৎসাধীন হৈ আছে TMCHত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.