Assamleatest update

আসন সংৰক্ষণক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; OBC, MOBC শিক্ষাৰ্থীৰ নামভৰ্তিৰ ক্ষেত্ৰত স্থগিতাদেশ

১১ আগষ্ট পৰ্যন্ত চিকিৎসা শিক্ষাত নামভৰ্তিকৰণত স্থগিতাদেশ

চিকিৎসা সেৱা আসন সংৰক্ষণক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

১১ আগষ্ট পৰ্যন্ত চিকিৎসা শিক্ষাত নামভৰ্তিকৰণত স্থগিতাদেশ

OBC, MOBC শিক্ষাৰ্থীৰ নামভৰ্তিৰ ক্ষেত্ৰত স্থগিতাদেশ

সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ত্ৰুটিৰ কথা আদালতত স্বীকাৰ মহাধিবক্তাৰ

উল্লেখ্য যে OBC, MOBCৰ বাবে অসমত সংৰক্ষণ ১৫ শতাংশ আসন। এই আসন কেৱল OBCৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ হ’ব লাগে। কিন্তু এই নিয়ম মানি চলা নাই ৰাজ্য চৰকাৰে। যাৰ বাবে ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল তিনি বঞ্চিত প্ৰাৰ্থী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.