অপৰাধঅসমদৈনিক বাতৰি

মাংস বিচাৰি কিয় হাহাকাৰ কৰে বন্দনা কলিতাই? লোকেল মুৰ্গীৰ পিছত গাহৰি খাব বিচাৰিলে বন্দনাই !!!

লোকেল মুৰ্গীৰ পিছত গাহৰি খাব বিচাৰিলে বন্দনাই !!!

নিতৌ ন ন তথ্য উদঘাটন হৈছে মহানগৰীৰ ডাবল মাৰ্ডাৰৰ। মূল অভিযুক্ত বন্দনা কলিতা আৰু ধনটি ডেকা, অৰূপ ডেকাক লৈ আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে চৰ্চিত হৈছে আন এক বিষয়। উল্লেখ্য যে আৰক্ষী থানাত প্ৰথম নিশাত বন্দনাই খাব বিচাৰিছিল মাংস ভাত। লোকেল মুৰ্গী বিচাৰিছিল বন্দনাই। আৰু শেহতীয়াকৈ বন্দনা কলিতাই ভাতৰ সৈতে খাব বিচাৰিছিল গাহৰি মাংস। এতিয়া চৰ্চিত হৈ পৰিছে বন্দনা কলিতাই কিয় বাৰে বাৰে বিচাৰি আছে মাংস ভাত।ৰহস্যৰ ভিতৰত সোমাই পৰিছে এই বিষয়।  

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + six =

Back to top button