অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

মুকলি আকাশৰ তললৈ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতা

মুকলি আকাশৰ তললৈ ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত

ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতালৈ জামিন

কামৰূপৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ জামিন মঞ্জুৰ

পুৱাতেই জেলৰ পৰা ওলাই আহিল বন্দনা কলিতা

স্বৰ্ত সাপেক্ষ জামিন বন্দনা কলিতালৈ

সপ্তাহত দুদিন হাজিৰ হ’ব লাগিব নুনমাটি থানাত

আদালতৰ অনুমতি অবিহনে এৰি যাব নোৱাৰিব গৃহ জিলা

অৰূপজ্যোতি দে’, শংকৰী দে’ৰ হত্যাত অভিযুক্ত বন্দনা

হত্যাত অভিযুক্তৰ জামিনক লৈ প্ৰতিক্ৰিয়া

আৰক্ষীৰ তদন্তক লৈ সন্দেহৰ আঙুলি

উল্লেখ্য যে অভিযোগ উঠা মতে, বন্দনা কলিতাই দুই সহযোগীৰ সহযোগত নাৰেংগীৰ বাসগৃহত অতি পৰিকল্পিতভাৱে নিজৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰিছিল ৷ কেৱল হত্যা কৰাই নহয়, মৃতদেহ দুটা কাটি টুকুৰা টুকুৰকৈ মেঘালয়ৰ দুৰ্গম অঞ্চলত পেলাই দিছিল ৷ ২০২২ চনৰ জুলাই আৰু আগষ্ট মাহত গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেঙ্গীত সংঘটিত এই দ্বৈত হত্যাকাণ্ডই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ কিছুদিন পূৰ্বে বন্দৰাৰ সহযোগী অৰূপ ডেকাইও লাভ কৰিছিল জামিন। বন্দনাৰ লগতে জামিন লাভ প্ৰেমিক ধনটি ডেকাৰো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.