অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
শীঘ্ৰে আৰম্ভ হ’ব বন্দনা কলিতাৰ বিচাৰ প্ৰক্ৰিয়া, ২৩ মে’ৰ পৰা চলিব বন্দনা কলিতাৰ বিচাৰ
![শীঘ্ৰে আৰম্ভ হ’ব বন্দনা কলিতাৰ বিচাৰ প্ৰক্ৰিয়া, ২৩ মে’ৰ পৰা চলিব বন্দনা কলিতাৰ বিচাৰ শীঘ্ৰে আৰম্ভ হ’ব বন্দনা কলিতাৰ বিচাৰ প্ৰক্ৰিয়া, ২৩ মে’ৰ পৰা চলিব বন্দনা কলিতাৰ বিচাৰ](https://prathamkhabartv.com/wp-content/uploads/2023/05/bandana-kalita-534x470.jpg)
শীঘ্ৰে আৰম্ভ হ’ব বন্দনা কলিতাৰ বিচাৰ প্ৰক্ৰিয়া
২৩ মে’ৰ পৰা চলিব বন্দনা কলিতাৰ বিচাৰ
বিচাৰ প্ৰক্ৰিয়া চলিব ধনজিত আৰু অৰূপ ডেকাৰো
কে ভট্টাচাৰ্যৰ আদালতত চলিব গোচৰ
আদালতত PCR-738/2023 নম্বৰত পঞ্জীয়ন গোচৰ
আৰোপ কৰা হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা
৩০২, ২০১ আৰু ৩৪নং ধাৰা আৰোপ
২৩ মে’ত আদালতত হাজিৰ কৰোৱা হ’ব তিনিওকে