অসম

খাদ্য-বস্ত্ৰ, থলুৱা সামগ্ৰীৰে ভৰিছে খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰ, আয়োজন হু’নৰ হাট মেলা…

‘আজাদী কা মহোৎসৱ’ৰ লগত সংগতি ৰাখি আয়োজন কৰা মেলাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভী

খানাপাৰাত অনুষ্ঠিত হু’নৰ হাট মেলা। ৰাষ্ট্ৰীয় সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগমৰ উদ্যোগত খানাপাৰাত আয়োজন কৰা হৈছে হু’নৰ হাট মেলাৰ। আত্মনির্ভৰশীল হোৱা আন এক সংস্থা হৈছে এই হু’নৰ হাট মেলা।

খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰত ১২-১৮ মাৰ্চলৈকে অনুষ্ঠিত হ’ব ৩৮ সংখ্যক হু’নৰ হাট মেলা।
মহিলা, দুৰ্বল শ্ৰেণীৰ সবলীকৰণৰ বাবে এই বিশেষ মেলা। ‘আজাদী কা মহোৎসৱ’ৰ লগত সংগতি ৰাখি আয়োজন কৰা মেলাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভী।

 

মেলাখনিত অংশগ্ৰহণ কৰিছে দেশৰ ভিন্ন প্ৰান্তৰ ২৮খন ৰাজ্যৰ ৩০০খন বিপণীয়ে। ২৮ ৰাজ্যত প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী, প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে হু’নৰ হাট মেলাত। মেলাত অংশগ্ৰহণ কৰিছে ৬০০ৰো অধিক থলুৱা শিল্পীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.