Assam

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল

বিশ্বনাথৰ নতুন জিলা আয়ুক্ত নেহা যাদৱ

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল

দক্ষিণ শালমাৰাত নতুন জিলা আয়ুক্ত

ৰাহুল কুমাৰ গুপ্তা দক্ষিণ শালমাৰাৰ নতুন DC

বিশ্বনাথৰ নতুন জিলা আয়ুক্ত নেহা যাদৱ

তামুলপুৰৰ নতুন জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী

হোজাইৰ নতুন জিলা আয়ুক্ত লাচিত কুমাৰ দাস

চৰাইদেউৰ ADC অভিজিৎ গগৈক বদলি

মুখ্যমন্ত্ৰী সচিবালয়ৰ উপ-সচিব পদলৈ বদলি অভিজিৎ গগৈক

শদিয়াৰ নিৰ্বাচনী বিষয়া জহৰজ্যোতি পেগুক বদলি

মুখ্যমন্ত্ৰী সচিবালয়ৰ অৱৰ সচিব পদলৈ বদলি জহৰজ্যোতি পেগুক

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.