অসমদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অঘটন, বাগমতী নদীত ডুবিল স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা নাও

বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অঘটন, বাগমতী নদীত ডুবিল স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা নাও

বিহাৰৰ মুজাফৰপুৰত ভয়ংকৰ অঘটন। বাগমতী নদীত ডুবিল স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা নাও। নাওখনত আছিল প্ৰায় ৩০টাকৈ শিশু। সন্ধানহীন শিক্ষাৰ্থীক বিচাৰি NDRFৰ অভিযান। এইমুহূৰ্তলৈকে সন্ধানহীন ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী। সন্ধানহীন শিক্ষাৰ্থীক বিচাৰি NDRFৰ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.