Covid-19EducationSocialঅসম

ক’ভিডৰ বৰ্ধিত সংখ্যাই উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্যবিভাগ! কেতিয়ালৈ খুলিব ৰাজ্যৰ স্কুল কলেজ?

সঘনাই জৰুৰি বৈঠকত মিলিত হৈছে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগ

ক’ভিড সংক্ৰমণৰ হাৰ কিছু হ্ৰস পোৱাত শিক্ষানুষ্ঠানসমুহ খোলাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। চৰকাৰে আগন্তুক ১৫ ফেব্ৰুৱাৰীৰ পৰা শিক্ষানুষ্ঠান খোলাৰ বাবে সাজু হৈছে যদিও ক’ভিড ৰোগীৰ বৰ্তমানৰ বৰ্ধিত সংখ্যাই ক্ৰমাৎ উদ্বিগ্ন কৰি তুলিছে স্বাস্থ্যবিভাগৰ লগতে শিক্ষা বিভাগক৷ ইয়াকে লৈ সঘনাই জৰুৰি বৈঠকত মিলিত হৈছে স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগ।

বিগত কিছুদিনত দৈনিক গড়ে ২০জনকৈ ক’ভিড ৰোগীৰ মৃত্যুত চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।
তথ্য অনুসৰি বিগত এটা সপ্তাহত ১৩৩জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাৰ লগতে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ১৫জন ক’ভিড ৰোগীৰ মৃত্যু হয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.