জীৱনশৈলীফটোভাৰতৰাজনৈতিক

কি খাই ভাল পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? আপুনি নাজানে প্ৰধানমন্ত্ৰীৰ এইকেইটা কথা…

বিভিন্ন ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা আহাৰৰ ফটোৰ পৰা গম পোৱা যায় যে, আয়ুৰ্বেদিক খাদ্য খাই ভাল পায় মোদীয়ে

শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভৰি দিলে ৭১ বছৰত। দেশজুৰি প্ৰধানমন্ত্ৰীৰ জন্মদিনটো উলহ-মালহেৰে পালন কৰা হয়। প্ৰধানমন্ত্ৰী আৰু তেওঁ খাই ভালপোৱা খাদ্যৰ কথা সকলোৱে জ্ঞাত। খিচিৰিৰ পৰা আৰম্ভ কৰি লিট্টি চোখালৈকে ঘৰতে প্ৰস্তুত কৰা সকলো খাদ্য খাই ভাল পায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

প্ৰত্যেক বছৰে নিজৰ জন্মদিনৰ দিনটোত মাতৃক সাক্ষাৎ কৰি আশীৰ্বাদ বিচৰাৰ লগতে ঘৰতে বনোৱা আঞ্জাৰ সোৱাদ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে।

কি খাই ভাল পায় মোদীয়ে? বিভিন্ন ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা আহাৰৰ ফটোৰ পৰা গম পোৱা যায় যে, আয়ুৰ্বেদিক খাদ্য খাই ভাল পায় মোদীয়ে।

কি খাই ভাল পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? আপুনি নাজানে প্ৰধানমন্ত্ৰীৰ এইকেইটা কথা...

চলিত বৰ্ষৰ এপ্ৰিল মাহত ইনষ্টাগ্ৰামত নীম গছৰ ফুল, পাত আৰু মিচিৰি খোৱাৰ উপযোগিতাৰ কথা উল্লখ কৰি শ্বেয়াৰ কৰিছিল ফটো।

কি খাই ভাল পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? আপুনি নাজানে প্ৰধানমন্ত্ৰীৰ এইকেইটা কথা...

২০১৯ চনত গুজৰাটত থকা মাতৃক দৰ্শন কৰিবলৈ যাওতে ভাৰতীয় আহাৰ খোৱা পৰিলক্ষিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কি খাই ভাল পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? আপুনি নাজানে প্ৰধানমন্ত্ৰীৰ এইকেইটা কথা...

বলিউডৰ অভিনেতা অক্ষয় কুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে আম খাই ভালপোৱাৰ কথাও উল্লেখ কৰে।

কি খাই ভাল পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? আপুনি নাজানে প্ৰধানমন্ত্ৰীৰ এইকেইটা কথা...

লিট্টি চোখা খাইও ভালপায় প্ৰধানমন্ত্ৰীয়ে। ২০২০ চনৰ ফেব্ৰুৱাৰীত দিল্লীৰ সোণাৰ হাটত জনপ্ৰিয় বিহাৰী খাদ্য লিট্টি চোখা খোৱাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

কি খাই ভাল পায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? আপুনি নাজানে প্ৰধানমন্ত্ৰীৰ এইকেইটা কথা...

এটা ইন্টাৰভিউত খিচিৰি খাই ভালপোৱাৰ কথা উল্লেখ কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।আনকি সহজতে ৰান্ধিব পৰা খাদ্যৰ ভিতৰত খিচিৰি অন্তম বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button