অভিনয়অসমসংস্কৃতি

হৰ্ঠাৎ কাজিৰঙাত দেখা গ’ল বলীউড সুন্দৰী কংগনা ৰাণাৱটক, কাজিৰঙাত কি কৰিছে কংগনাই? 

জানিব পৰা মতে বোকাখাতত বাহৰ পাতি আছে অভিনেত্ৰীগৰাকীয়ে!

অসমত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। কংগনা ৰাণাৱটৰ আহিবলগীয়া ছবি ‘ইমাৰজেঞ্চি’ শ্বুটিঙৰ বাবে স্থান পৰিদৰ্শন কৰিছে তেওঁ। ছবিখনৰ প্ৰস্তুতিৰ বাবে ব্যস্ত হৈ পৰিছে কংগনা। এই ছবিখন যথেষ্ট জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে, কিয়নো মুক্তিৰ পূৰ্বে ছবিখন খুব চৰ্চাৰ মাজত আছে। ইন্দিৰা গান্ধীৰ চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া কংগনাই ইমাৰজেঞ্চি কথাছবিখনৰ বাবে লোকেচনৰ সন্ধান কৰি আছে।

Assam: Bollywood actor Kangana Ranaut visits Chandubi lake, to spent night  at Kaziranga - Assam: Bollywood actor Kangana Ranaut visits Chandubi lake,  to spent night at Kaziranga -

জানিব পৰা মতে বোকাখাতত বাহৰ পাতি আছে অভিনেত্ৰীগৰাকীয়ে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বোকাখাত কাৰ্বিআংলঙৰ বিভিন্ন স্থানত বলিউড কুইন। দক্ষিণ কামৰূপৰ চান্দডুবি বিলৰ সৌন্দৰ্যও উপভোগ কৰে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে আৰু ইয়াৰ পিছতে তেওঁ গমন কৰে কাজিৰঙালৈ।

Assam: Bollywood actor Kangana Ranaut lands in Karbi Anglong in search of  locations for 'Emergency' - Assam: Bollywood actor Kangana Ranaut lands in  Karbi Anglong in search of locations for 'Emergency' -

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 9 =

Back to top button