অসমগুৱাহাটীজন্তুদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী- মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ ।

সীমান্ত অঞ্চলৰ বামুণজুলি, নোনাইপাৰা, ঔৰঙ্গাজুলি,  ডিমাকুছি , ৰজাগড় , নালাপাৰা , বাদলাপাৰা, ভুটিয়াচা্ং আদিকে ধৰি বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে তাণ্ডৱ।

বিগত কিছুদিন ধৰি নোনাইপাৰা আৰু ঔৰঙ্গাজুলি চাহ বাগিচাত আশ্ৰয় লৈ থকা শতাধিক বন্যহস্তীৰ জাকে নিশা হ’লেই সোমাই আহে জনাঞ্চলৰ মাজলৈ।

বিভিন্ন সময়ত দল-সংগঠন তথা স্থানীয় ৰাইজে সমস্যা সমাধানৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় আহিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।

এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বিটিআৰ চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.