Assamঅসমগুৱাহাটীদৈনিক বাতৰি

৪৮ ঘণ্টাৰ বাবে অচল হৈ পৰিব ৰাজ্যৰ ৰাজহুৱা পথ পৰিবহণ ব্যৱস্থা…..

৪৮ ঘণ্টাৰ বাবে অচল হৈ পৰিব ৰাজ্যৰ ৰাজহুৱা পথ পৰিবহণ ব্যৱস্থা.....

৪৮ ঘণ্টাৰ বাবে অচল হৈ পৰিব ৰাজ্যৰ ৰাজহুৱা পথ পৰিবহণ ব্যৱস্থা। নতুন ফৌজদাৰী আইনৰ হিট এণ্ড ৰাণ ধাৰা প্ৰত্যাহাৰৰ দাবীত পৰিবহণ সংস্থাসমূহে যৌথভাৱে গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। ৰাজপথত নচলিব বাছ, মেজিক, ট্ৰেকাৰৰ লগতে ৰেপিড’, অলা-উবেৰ আদি বাহনো। বন্ধ হৈ পৰিব পেট্ৰ’ল পাম্পসমূহো।

ৰাজ্যৰ পৰিবহণ সংস্থাসমূহে যৌথভাৱে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীয়ে অহা দুদিনৰ বাবে ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি তোলাৰ সম্ভাৱনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.