Assamঅপৰাধঅসমআঞ্চলিকদৈনিক বাতৰি

লখিমপুৰৰ বঙালমৰা আৰক্ষীৰ বৃহৎ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ জাল নোট

লখিমপুৰৰ বঙালমৰা আৰক্ষীৰ বৃহৎ অভিযান, অভিযানত জব্দ বৃহৎ পৰিমাণৰ জাল নোট

লখিমপুৰৰ বঙালমৰা আৰক্ষীৰ বৃহৎ অভিযান

অভিযানত জব্দ বৃহৎ পৰিমাণৰ জাল নোট

২০ লক্ষাধিক জাল নোটসহ এটা ব্যৱসায়িক গ্ৰেপ্তাৰ

জালনোট ব্যৱসায়ী ইমদাদুল হুছেইনক গ্ৰেপ্তাৰ

ইমদাদুল ইছলামৰ ঘৰৰ পৰা জব্দ কৰে নোটখিনি

এটা পানীৰ টেংকীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নোটখিনি

ইফালে বঙালমৰা আৰক্ষীয়ে নিশা বঙালমৰা মিৰি গাৱৰ গুলজাৰ হুছেইন,ৰিয়াজুল‌ ইছলাম,ফাইজুল ইছলামৰ বাসগৃহত চলাইছিল অভিযান। সুযোগ বুজি আটাইকেইজন পলাই যাবলৈ সক্ষম হৈছিল। ইমদাদুল, ৰিয়াজুল, ফাইজুল আৰু গুলজাৰ আৰু তেওঁলোকৰ গেংঙে গোপনে গুৱাহাটীত জাল নোট ব্যৱসায় কৰি থকাৰ খবৰ আছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ হাতত। আনন্দ মিশ্ৰৰ নিৰ্দেশৰ পিছতেই নিশা চলিছিল ধাৰাবাহিক অভিযান। গেংটোক উৎখাত কৰিবলৈ বিহপুৰীয়া, বঙালমৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − eleven =

Back to top button