অসমগুৱাহাটীপৰিৱেশবতৰ

একেৰাহে সাতদিনৰ বাবে বৰষুণ হ’ব গুৱাহাটীত!

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে নিশাৰ পৰা কেইবাদিনো চহৰখনৰ বাবে মৃদু বৰষুণৰ আগজাননী দিছে। কেন্দ্ৰটোৱে জনোৱা মতে অহা সাতদিনত গুৱাহাটীত মৃদু বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে

সাতদিনৰ বাবে বৰষুণ হ’ব গুৱাহাটীত!

এই কথা প্ৰকাশ কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই।

গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰে নিশাৰ পৰা কেইবাদিনো চহৰখনৰ বাবে মৃদু বৰষুণৰ আগজাননী দিছে। কেন্দ্ৰটোৱে জনোৱা মতে অহা সাতদিনত গুৱাহাটীত মৃদু বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে৷

অহা এসপ্তাহলৈ বতৰৰ আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই৷ ৰাজ্যত পৰৱৰ্তী সাত দিনৰ বাবে, গুৱাহাটীৰ নিম্নতম আৰু সৰ্বাধিক তাপমাত্ৰা ক্ৰমান্বয়ে ২১° চেণ্টিগ্ৰেড আৰু ৩৫° চেণ্টিগ্ৰেড হ’ব বুলি আশা কৰা হৈছে।

তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য অংশ যেনে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ এই সমগ্ৰ সময়ত শুকান হৈ থকাৰ সম্ভাৱনা আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.