AssamCity newsCMO AssamFestivalleatest updateRegionalSocial

আজিৰে পৰা চানমাৰি খেলপথাৰত আৰম্ভ অসম গ্ৰন্থমেলা

আজিৰে পৰা ৯ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত অসম গ্ৰন্থমেলা।

আজিৰে পৰা চানমাৰি খেলপথাৰত আৰম্ভ অসম গ্ৰন্থমেলা। আজিৰে পৰা ৯ জানুৱাৰীলৈ ১২ দিনীয়াকৈ অনুষ্ঠিত অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰিছে এই গ্ৰন্থমেলাৰ। গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিছে ১৩৫টা প্ৰকাশন আৰু বিক্ৰেতা গোষ্ঠীয়ে।

উদ্বোধনী অনুষ্ঠানত বহুকেইগৰাকী সাহিত্যিকৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইতিমধ্যে বৃহস্পতিবাৰে প্ৰকাশন পৰিষদে ঘোষণা কৰে চলিত বৰ্ষৰ প্ৰকাশন পৰিষদ বঁটাপ্ৰাপকৰ নাম।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.