অৰ্থনৈতিকঅসম

APDCLৰ নিযুক্তি প্ৰক্ৰিয়াৰ ৩টা পদ বাতিল

পৰবৰ্তী সময়ত আৰু অধিক বিৱৰণৰ অপেক্ষা কৰি থকা হৈছে

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰশাসনিক কাৰণত উপ মহাপ্ৰৱন্ধক (আইন), অ’চিএফএ সহায়ক আৰু চালক (নতুন) শ্ৰেণীৰ পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰাৰ কথা ঘোষণা কৰিছে।

APDCLএ দুটা পৃথক অধিসূচনাত এই তিনিটা পদৰ বিৰুদ্ধে নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰাৰ বিষয়ে উল্লেখ কৰিছে।

পৰবৰ্তী সময়ত আৰু অধিক বিৱৰণৰ অপেক্ষা কৰি থকা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.