Assamঅসমআঞ্চলিকদৈনিক বাতৰি

ৰাজ্যজুৰি বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ, APDCLৰ বিৰুদ্ধে তিতাবৰত AJPৰ প্ৰতিবাদ…

ৰাজ্যজুৰি বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ, APDCLৰ বিৰুদ্ধে AJPৰ প্ৰতিবাদ...

ৰাজ্যজুৰি বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ

APDCLৰ বিৰুদ্ধে AJPৰ প্ৰতিবাদ

শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিকৃতি দাহ

তিতাবৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ

প্ৰতিবাদত অংশগ্ৰহণ অৰ্ধশতাধিক কৰ্মীৰ

চৰকাৰী শ্লোগানেৰে উত্তাৰ কৰিলে প্ৰতিবাদস্থলী

মাচুল হ্ৰাস নকৰিলে জংগী আন্দোলনৰ হুংকাৰ

সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰতো অসম জাতীয়তাৱাদী যুৱ ছাত্ৰ পৰিসদৰ প্ৰতিবাদ ৷ বিদ্যুৎ মাছুল বৃদ্ধিৰ প্ৰতিবাদত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ প্ৰতিকৃৰ্ত্তি দাহ কৰিলে AJYCP ৰ তিতাবৰ আঞ্চলিক  সমিতিয়ে । তিতাবৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত পৰিষদৰ অৰ্ধ শতাধিক কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্হ কৰি চৰকাৰ বিৰুধী শ্লগানেৰে উত্তাল কৰি তুলিলে তিতাবৰ বিদ্যুৎ সংমণ্ডল কাৰ্যালয়ৰ সন্মুখ ৷ অতি শিঘ্ৰে বিদ্যুৎৰ মাছুল হ্ৰাস নকৰিলে জংগী আন্দোলনৰ হুংকাৰ পৰিষদৰ ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.