![সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু](https://prathamkhabartv.com/wp-content/uploads/2023/04/full-780x470.jpeg)
সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু
মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ৰুজু কৰিলে গোচৰ
CMV2/2023 নং গোচৰ ৰুজু অজিত ভূঞাৰ বিৰুদ্ধে
সাংসদ পুঁজিৰ ধনৰ অপব্যৱহাৰৰ অভিযোগ
আন ১৪জনৰ বিৰুদ্ধেও ৰুজু গোচৰ
অভিযুক্তৰ ভিতৰত আছে কেইবাজনো ACS বিষয়া
কেইবাজনো ACS বিষয়াক ইতিমধ্যে কৰা হৈছে নিলম্বন
ACS শৰ্মিষ্ঠা বৰা, হেমন্ত দত্ত অন্যতম অভিযুক্ত
বিশেষ ন্যায়াধীশৰ আদালতত গোচৰ CMVৰ