Socialঅসম

নিয়মীয়া গ্ৰাহক নহয়, মহানগৰীৰ বিউটী পাৰ্লাৰত উপস্থিত GMCৰ দল…

মঙলবাৰে GMCৰ অভিযানকাৰী দলে লাখটকীয়া, গণেশগুৰি, নেপালী মন্দিৰৰ ৭ খন পাৰ্লাৰত চলায় জোৰদাৰ অভিযান

গুৱাহাটীৰ পাৰ্লাৰে পাৰ্লাৰে চলিছে GMCৰ অভিযান। মঙলবাৰে GMCৰ অভিযানকাৰী দলে লাখটকীয়া, গণেশগুৰি, নেপালী মন্দিৰৰ ৭ খন পাৰ্লাৰত চলায় জোৰদাৰ অভিযান।

এই ৭ খন পাৰ্লাৰৰ ভিতৰত ৩ খন পাৰ্লাৰৰে নাই ট্ৰেড লাইচেন্স। আনহাতে, এখনৰ ট্ৰেড লাইচেন্সৰ সময়সীমা ইতিমধ্যে উকলি গৈছে। অভিযানকাৰী দলে এই ৪ খন পাৰ্লাৰক ১ হাজাৰ টকাকৈ জৰিমনা বিহাৰ লগতে বান্ধি দিছে ৩ দিনৰ সময়সীমা।

৩ দিনৰ ভিতৰত লাইচেন্সৰ যাৱতীয় কাম কৰিব নোৱাৰিলে GMCয়ে পাৰ্লাৰকেইখনৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা। ছীল কৰাও হ’ব পাৰে পাৰ্লাৰ কেইখন।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.