আঞ্চলিক

মহানগৰীত চাঞ্চল্য! চাউথ পইণ্ট বিদ‍্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা

সন্ধিয়া প্ৰায় ৭ মান বজাত আত্মহত্যা কৰে কিশোৰী গৰাকীয়ে

কাহিলিপাৰাত কিশোৰীৰ ৰহস্যজনক আত্মহত্যা।

চাউথ পইণ্ট বিদ‍্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল কিশোৰী গৰাকী।

সন্ধিয়া প্ৰায় ৭ মান বজাত আত্মহত্যা কৰে কিশোৰী গৰাকীয়ে।

আত্মহত‍্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা নাই।

কিশোৰী গৰাকীৰ পিতৃ বিনোদ দাস চতুৰ্থ অসম আৰক্ষী বাহিনীৰ MTO হিচাপে কৰ্মৰত।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.