AssamCrimeleatest update
বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ সৰবৰাহ অসমৰ যুৱতী
তৎপৰতাৰ সময়তে বশিষ্ঠ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী
![বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ সৰবৰাহ অসমৰ যুৱতী বিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ সৰবৰাহ অসমৰ যুৱতী](https://prathamkhabartv.com/wp-content/uploads/2024/06/Screenshot-2024-06-29-115138-780x470.jpg)
ৰাজ্যত সক্ৰিয় আন্তঃৰাজ্যিক মহিলা সৰবৰাহকাৰী চক্ৰ
বহিঃৰাজ্যৰ গেঙৰ কৱলত পুনৰ অসমৰ যুৱতী
বিয়াৰ প্ৰলোভন দি ৰাজস্থানলৈ সৰবৰাহৰ তৎপৰতা
তিনিচুকীয়াৰ যুৱতীক এদিনৰ ভিতৰতে বিয়া কৰাই নিয়াৰ চক্ৰান্ত
তৎপৰতাৰ সময়তে বশিষ্ঠ আৰক্ষীৰ জালত ৩ সৰবৰাহকাৰী
আৰক্ষীৰ জালত ছিমিলাৰ শৰ্মা, শিৱ শৰ্মা, ওম প্ৰকাশ
ঘটনাক লৈ পুৱাই উত্তপ্ত হৈ পৰে খানাপাৰা
গুৱাহাটীত চাকৰি কৰা বুলি পৰিচয় দি আনিছিল ISBTলৈ
বাছত অন্য লোকৰে ফোনত দৰদাম কৰি থকাত পোহৰলৈ ঘটনা