অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

মানকাচৰৰ ভাৰত-বাংলা সীমান্তত মাৰণাস্ত্ৰ জব্দ, কালোচৰত পিষ্টল, গুলীসহ আটক এজনক

মানকাচৰৰ ভাৰত-বাংলা সীমান্তত মাৰণাস্ত্ৰ জব্দ

কালোচৰত পিষ্টল, গুলীসহ আটক এজনক

আটক ৰাজস্থানৰ জয়পুৰৰ ছায়েদ শ্বাহ

বিবাহ বিচ্ছেদিত পত্নীক বিচাৰি আহিছিল শ্বাহ

শহুৰ পৰিয়ালক পিষ্টল টোঁৱাই ভাৱুকি শ্বাহৰ

ৰাইজে আটক কৰি শ্বাহক গতাই দিয়ে আৰক্ষীক

আৰক্ষীয়ে .22 পিষ্টল, গুলীসহ আটক কৰে শ্বাহক

যোৱা ৯ বছৰ পূৰ্বে ৰাজস্থানৰ জয়পুৰৰ শ্বহিদ শ্বাহৰ সৈতে বিবাহ হৈছিল কালোচৰৰ কবিতা বেগম নামৰ মহিলাগৰাকীৰ। স্বামী গৃহ এৰি যোৱা প্ৰায় চাৰি মাহ পূৰ্বে মানকাচৰৰ কালোচৰস্থিত পিতৃগৃহত আশ্ৰয় লয় মহিলাগৰাকীয়ে ৷ কিন্ত শ্বহিদ শ্বাই নিজ পত্নীক ল’বলৈ শনিবাৰে মানকাচৰত আহি উপস্থিত হয় আৰু পত্নীক বিচাৰী শহুৰৰ ঘৰত গৈ পিষ্টল টোৱাই ভয় ভাবুকি প্ৰদান কৰে। স্থানীয় ৰাইজে শ্বহিদ শ্বাহক আটক কৰি গতাই দিয়ে মানকাচৰ আৰক্ষীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.