AssamCMO AssamHimanta Biswa Sarmaleatest updatepoliticalRegionalSocial

অসমত পুনৰ আন এটা নতুন ৰাজনৈতিক দল

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় পৰিষদৰ অভিৱৰ্তন

অসমত পুনৰ আন এটা নতুন ৰাজনৈতিক দল

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় পৰিষদৰ অভিৱৰ্তন

ৰাজনৈতিক অভিৱৰ্তনত নতুন ৰাজনৈতিক দল গঠন

কমতাপুৰ পিপুলছ ফ্ৰণ্টৰ আনুষ্ঠানিক আত্মপ্ৰকাশ

দলটোৰ ৪১জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন

বিমল বৰ্মনক সভাপতি, বিশ্বজিৎ ৰায়ক কাৰ্যকৰী সভাপতিৰ দায়িত্ব

লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা

পশ্চিম অসমৰ ৪ লোকসভা সমষ্টিত দিব প্ৰাৰ্থীত্ব

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.