AssamCity newsঅসমজন্তুদুৰ্ঘটনাদৈনিক বাতৰিবন্যপ্ৰাণীভাৰত

নগাঁও জিলাৰ ননৈৰ পিছত এইবাৰ বঢ়মপুৰত বাঘৰ আতংক, বাঘৰ খোজ দেখি আতংকিত হৈ পৰিছে বাসিন্দাসকল

নগাঁও জিলাৰ ননৈৰ পিছত এইবাৰ বঢ়মপুৰত বাঘৰ আতংক। অঞ্চলটোৰ ভেৰভেৰি বকুলতলত বাঘৰ খোজ দেখি আতংকিত হৈ পৰিছে বাসিন্দাসকল। ইতিমধ্যে সেই খোজবোৰ বাঘৰ বুলি নিশ্চিত কৰিছে বন বিভাগে। অঞ্চলবাসীক সজাগ আৰু সতৰ্ক হৈ থকাৰ বাবেও বন বিভাগে আহ্বান জনাইছে। উল্লেখ্য যে ননৈ অঞ্চলত ইতিমধ্যে বাঘৰ আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে আন এজন।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.