অসমদৈনিক বাতৰিবোমা বিস্ফোৰণভাৰত
চত্তিশগড়ৰ দন্তেৱাৰাত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ঘটনাস্থলীতে নিহত আৰক্ষীৰ ১১ জন জোৱান
চত্তিশগড়ৰ দন্তেৱাৰাত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ঘটনাস্থলীতে নিহত আৰক্ষীৰ ১১ জন জোৱান
![চত্তিশগড়ৰ দন্তেৱাৰাত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ঘটনাস্থলীতে নিহত আৰক্ষীৰ ১১ জন জোৱান চত্তিশগড়ৰ দন্তেৱাৰাত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ঘটনাস্থলীতে নিহত আৰক্ষীৰ ১১ জন জোৱান](https://prathamkhabartv.com/wp-content/uploads/2023/04/5d7bd097-55a5-4a43-81e1-723bc3663cc1.jpg)
চত্তিশগড়ৰ দন্তেৱাৰাত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ
ঘটনাস্থলীতে নিহত আৰক্ষীৰ ১১ জন জোৱান
পথত পুতি থোৱা IED ৰ বিস্ফোৰণ
বিস্ফোৰণত বিধ্বস্ত এখন আৰক্ষীৰ বাহন
বাহনখনে কঢ়িয়াই নিছিল আৰক্ষী জোৱানকেইজনক
ঘটনাস্থলীত অব্যাহত আৰক্ষী-মাওবাদীৰ সংঘৰ্ষ