অসমদৈনিক বাতৰি

১ মে’ত ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচী,কাইলৈ নচলিব ব্যৱসায়ীক যান-বাহন

১ মে’ত ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচী,কাইলৈ নচলিব ব্যৱসায়ীক যান-বাহন

কাইলৈ নচলিব ব্যৱসায়ীক যান-বাহন

শ্ৰমিক দিৱসৰ দিনাই প্ৰতিবাদৰ সিদ্ধান্ত মটৰ শ্ৰমিক সন্থাৰ

১ মে’ত ২৪ ঘণ্টীয়া চকা বন্ধৰ কাৰ্যসূচী

পুৱা ৫ বজাৰ পৰা নচলিব ব্যৱসায়ীক যান-বাহন

দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী

ইতিমধ্যে ঘোষণা কৰিছে সদৌ অসম মটৰ শ্ৰমিক সন্থাই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × one =

Back to top button