অসমউৎসৱগুৱাহাটীদৈনিক বাতৰিবিশ্বমনোৰঞ্জনসংস্কৃতি

কৰ্মসূত্ৰ সাত সাগৰ তেৰ নদীৰ সিপাৰে নিউজিলেণ্ডত প্ৰৱাসী অসমীয়াৰ ৰঙালী বিহু উদযাপন….

নিউজিলেণ্ডত প্ৰৱাসী অসমীয়া ৰঙালী বিহু উদযাপন।

নিউজিলেণ্ডত প্ৰৱাসী অসমীয়া ৰঙালী বিহু উদযাপন।

কৰ্মসূত্ৰ সাত সাগৰ তেৰ নদীৰ সিপাৰে নিউজিলেণ্ডত থকা প্ৰৱাসী অসমীয়াই উলহ-মালহেৰে পালন কৰিলে হেপাহৰ ৰঙালী বিহু ৷

আদৰণি ভাষণেৰে ৰঙালী বিহুৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসম ছ’চাইটী অফ নিউজিলেণ্ডৰ সভাপতি ড° নাছিৰ আহমেদে ৷

ৰঙালী বিহুৰ বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত বিহু নৃত্যৰ লগতে নামঘোষা, বৰগীত, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰ লগতে অসমৰ লোকগীত আৰু ভূপেন হাজৰীকাৰ গীতে মোহাচ্ছন্ন কৰে বিহু বাকৰিত উপস্থিত নিউজীলেণ্ডবাসীক ৷

ৰঙালী বিহুৰ লগত সংগতি ৰাখি ‘কুঁহিপাত’ নামৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হয় ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.