AssamCrimeleatest updatescam
APSC কেলেংকাৰিক লৈ তদন্ত আৰম্ভ চৰকাৰৰ
দোষী সাব্যস্ত হোৱা ৩৪ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
APSC কেলেংকাৰিক লৈ তদন্ত আৰম্ভ চৰকাৰৰ
মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা
দোষী সাব্যস্ত হোৱা ৩৪ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ
২০১৫ৰ APSCৰ পৰীক্ষাৰ বহীত হৈছিল বিসংগতি
ইতিমধ্যে নিলম্বন হৈছে ৫৭গৰাকী ৰাজপত্ৰিত বিষয়া
৩৪জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ
ন্যায়াধীশ বি কে শৰ্মাৰ প্ৰতিবেদনৰ আধাৰত গ্ৰহণ কাৰ্যব্যৱস্থা