AssamCity newsCMO Assamleatest update

পূজাৰ বতৰত মহানগৰবাসীলৈ উপহাৰ। মুকলি হ’ল জু-ৰোডৰ নৱনিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণ সেতু।

'পাণ্ডুৰ পৰা কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ মাজতো হ’ব উৰণ সেতু'

পূজাৰ বতৰত মহানগৰবাসীলৈ উপহাৰ।  মুকলি হ’ল জু-ৰোডৰ নৱনিৰ্মিত শ্ৰদ্ধাঞ্জলি উৰণ সেতু। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি উৰণ সেতু। ৩১৬ কোটি টকা ব্যয়ৰে নিৰ্মাণ উৰণ সেতুখন। উৰণ সেতুখনৰ দৈৰ্ঘ্য ২.২৮ কিলোমিটাৰ। ২০২২ৰ। ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল উৰণ সেতুখনৰ কাম। ১৯ মাহৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ উৰণ সেতুখন।

শ্ৰদ্ধাঞ্জলি উৰণ সেতু উদ্বোধনৰ পিছতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা।
উৰণ সেতুখনৰ তলত ব্যৱসায়ীৰ বাবে কৰা হৈছে সুবিধা
’২৪ত সম্পূৰ্ণ হ’ব উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী দলঙৰ কাম
পাণ্ডুৰ পৰা কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ মাজত হ’ব উৰণ সেতু
চানমাৰিৰ পৰা বামুণীমৈদামৰ মাজত হ’ব উৰণ সেতু
গুৱাহাটীত পথ পুনৰ নিৰ্মাণৰ বাবে ৩০০ কোটি টকা
মহানগৰীৰ ১ লাখ মানুহক দিয়া হ’ব পানী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.