Socialঅপৰাধদিল্লী

আৰক্ষীৰ বেৰিকেডত ওলমিল ক্ষত-বিক্ষত মৃতদেহ, হাত-ভৰি কাটি কোনে ওলমালে ব্যক্তিৰ মৃতদেহ?

সংযুক্ত কিষাণ মৰ্চাই এই ঘটনাৰ লগত নিসংগ শিখ জড়িত থকাৰ কথা উল্লেখ কৰে। সংযুক্ত কিষাণ মৰ্চাৰ মুৰব্বীগৰাকীয়ে কয় যে, 'ঘটনাৰ সৈতে জড়িত আছে নিসংগ শিখ'।

অশান্ত ৰাজধানী চহৰ দিল্লী। শুকুৰবাৰে দিল্লীৰ চিংহো সীমান্তত নৃশংসভাৱে হত্যা কৰা হয় এজন ব্যক্তিক।

কৃষকৰ প্ৰতিবাদী ধ্বনিৰে মুখৰিত হৈ থকা দিল্লীত আৰক্ষীৰ বেৰিকেডত ওলেমাই হত্যা কৰা হয় ৩৫ বছৰীয়া এজন ব্যক্তিক। ক্ষোভিত কৃষকে প্ৰতিবাদ কৰি থকা ঠাইত উদ্ধাৰ কৰা হয় মৃতদেহটো। হাত-ভৰি কাটি বেৰিকেডত ওলোমাই ৰখা হৈছিল মৃতদেহটো।

সংযুক্ত কিষাণ মৰ্চাই এই ঘটনাৰ লগত নিসংগ শিখ জড়িত থকাৰ কথা উল্লেখ কৰে। সংযুক্ত কিষাণ মৰ্চাৰ মুৰব্বীগৰাকীয়ে কয় যে, ‘ঘটনাৰ সৈতে জড়িত আছে নিসংগ শিখ’।

অৱশ্যে ঘটনাৰ সৈতে প্ৰকৃততে কোন জড়িত হৈ আছে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.