AssamCity newsleatest updatenationalpoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰত

দিল্লীৰ তাপমাত্ৰা সন্দৰ্ভত ভুল তথ্য প্ৰকাশ, বুধবাৰে ৫২.৩ তাপমাত্ৰা ডিগ্ৰীলৈ বৃদ্ধি হোৱাৰ ভুল তথ্য…..

দিল্লীৰ তাপমাত্ৰা সন্দৰ্ভত ভুল তথ্য প্ৰকাশ

বুধবাৰে ৫২.৩ তাপমাত্ৰা ডিগ্ৰীলৈ বৃদ্ধি হোৱাৰ ভুল তথ্য

এই কথা স্বীকাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ

ছেন্সৰৰ বিসংগতিৰ বাবে প্ৰকাশিত হৈছিল ভুল তথ্য

HEAT WAVEৰ বাবে আজি ৮ ৰাজ্যত জাৰি ৰেড এলাৰ্ট

পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থানত ৰেড এলাৰ্ট

বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাতো জাৰি ৰেড এলাৰ্ট

উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, জম্মু, হিমাচল প্ৰদেশত অৰেঞ্জ এলাৰ্ট

মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়তো জাৰি অৰেঞ্জ এলাৰ্ট

আনহাতে কালঘূৰ্ণি ‘ৰেমলে’ আজি কেৰালাত খুন্দা মৰাৰ সম্ভাৱনা

বৰ্তমানেও ‘ৰেমল’ৰ প্ৰভাৱ অসম, মেঘালয়, অৰুণাচল প্ৰদেশত

নাগালেণ্ড, মণিপুৰ, মিজোৰামত ‘ৰেমল’ৰ তাণ্ডৱ

১ জুনলৈকে কালঘূৰ্ণি ‘ৰেমল’ৰ বাবে জাৰি ৰেড এলাৰ্ট

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.