অসমঅসম আৰক্ষী

শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ মাজলৈ অহা এগৰাকী IPS বিষয়া।

সম্প্ৰতি অসম আৰক্ষীৰ ভিতৰচৰাতো অন্যতম চৰ্চিত বিষয়া বিবেক ৰাজ সিং।

ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী শীৰ্ষ বিষয়া। সম্প্ৰতি অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত বিষয়াগৰাকী। শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ মাজলৈ আহিছে এইগৰাকী বিষয়া। কাৰণ শৰীৰ চৰ্চাৰে নিজকে নতুন ৰূপ দিছে বিষয়াগৰাকীয়ে।

এইগৰাকী IPS বিষয়া বিবেক ৰাজ সিং। কিছুদিন পূৰ্বে তেওঁৰ দেহৰ ওজন আছিল ১৩৮ কেজি। কিন্তু সম্প্ৰতি তেওঁৰ শৰীৰৰ ওজন ৮৯ কেজি। সম্প্ৰতি অসম আৰক্ষীৰ ভিতৰচৰাতো অন্যতম চৰ্চিত বিষয়া বিবেক ৰাজ সিং।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.