অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

শিশুক যৌন নিৰ্যাতনকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড, কাৰাদণ্ড কামৰূপৰ POCSO আদালতৰ

শিশুক যৌন নিৰ্যাতনকাৰীক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড

ক্ষেত্ৰীৰ ঢোপগুৰি গাঁৱৰ পুলিন ডেকাক কাৰাদণ্ড

কাৰাদণ্ড কামৰূপৰ POCSO আদালতৰ

৭ বছৰীয়া শিশুক চলাইছিল যৌন নিৰ্যাতন

২০১৮ চনতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা

ভুক্তভোগীক ১ লাখ টকা ক্ষতিপূৰণৰ নিৰ্দেশ

জিলা আইন সেৱা প্ৰাধিকাৰিক ধন প্ৰদানৰ দায়িত্ব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.