অসমদৈনিক বাতৰি

কৃষ্ণাইৰ দাৰাপাৰাত বনকৰ্মীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত আন তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

কৃষ্ণাইৰ দাৰাপাৰাত বনকৰ্মীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত আন তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

প্ৰসংগঃ কৃষ্ণাইৰ দাৰাপাৰাত বনকৰ্মীক আক্ৰমণ

ঘটনা সন্দৰ্ভত আন তিনিজনক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ ৰঞ্জন ৰাভা, কুশল ৰাভা, জিতুল ৰাভা

বনদস্যুৰ আক্ৰমণত নিহত হৈছিল এজন বনকৰ্মী

গুৰুতৰভাৱে আহত হৈছিল আন ৩ বনকৰ্মী

ঘটনা সন্দৰ্ভত এইপৰ্যন্ত গ্ৰেপ্তাৰ ১২জনক

ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল আন ৮ অভিযুক্ত

উল্লেখ্য যে, বনদুস্যৰ আক্ৰমণত ৪ জনকৈ বনকৰ্মী গুৰুতৰ ভাৱে আহত হৈছিল৷ ইয়াৰে অস্থায়ী কৰ্মচাৰী ৰাজবী হুছেইনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱাৰ পথতে মৃত্যু হৈছিল৷ আনহাতে আহত বনকৰ্মী মবিনুৰ ৰহমান আৰু চালক নজৰুল ইছলাম গুৱাহাটী GNRC চিকিৎসালয়ত এতিয়াও চিকিৎসাধীন হৈ থকাৰ বিপৰীতে মুস্তাফা আলী গোৱালপাৰা চোলেছ হস্পিতালত চিকিৎসাধীন হৈ আছে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.