অসমদৈনিক বাতৰি

টিংখাঙত অইলৰ পাইপ ফুটি তেল নিৰ্গমন

টিংখাঙত অইলৰ পাইপ ফুটি তেল নিৰ্গমন

টিংখাঙত অইলৰ পাইপ ফুটি তেল নিৰ্গমন। টিংখাঙৰ শালমাৰি-দীঘলীয়া গাঁৱত অইলৰ তেল নিৰ্গমনৰ ফলত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। অঞ্চলটোৰ ১ নং অ’চি এচৰ পৰা ২ নং অ’চি এচ সংযোগী মূল তেল পৰিবাহী পাইপৰ পৰা তেল নিৰ্গমন হৈ প্ৰায় ১ কি:মি: অঞ্চল জুৰি বিয়পি পৰে। বিয়পি পৰা তেলৰ উৎকট গোন্ধৰ ফলত স্থানীয় ব্ৰইলাৰ ফাৰ্মৰ বহু সংখ্যক ব্ৰয়লাৰ নিধন। অইল ইণ্ডিয়া লিমিটেডৰ আওপুৰণি পাইপসমূহ সলনি নকৰাৰ বাবেই  এনে ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিছে স্থানীয়ই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.